Ragging controversy: ৰেগিং সভ্য সমাজৰ সভ্যতাৰ পৰিপন্থী: ড° ধ্ৰুৱজ্যোতি বৰা

By

Published : Dec 9, 2022, 8:43 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
"ৰেগিং এখন সভ্য সমাজৰ সভ্যতাৰ পৰিপন্থী এটা বিষয় ৷ কোনো কাৰণতে ৰেগিঙক সুৰক্ষা দিবলৈ চেষ্টা কৰাটো উচিত নহয় ৷ ৰেগিঙৰ নামত নৃশংসতাৰ বলি হৈছে বহু ছাত্ৰ ৷ বহু ছাত্ৰই প্ৰাণ হেৰুৱাইছে ৷ গতিকে কোনো কাৰণতে কেতিয়াও ৰেগিং ভাল নাছিল ৷" তেজপুৰত উপস্থিত হৈ এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰাৰ(Dhrubajyoti Bora comments on ragging controversy) ৷ তেজপুৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত “তেজপুৰ সাহিত্য উৎসৱ”ৰ(Tezpur Literary Festival) শুভাৰম্ভ কৰি প্ৰথিতযশা সাহিত্যিক গৰাকীয়ে ৰেগিং সন্দৰ্ভত এনদৰে মন্তব্য আগবঢ়ায় ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি শেহতীয়া ৰেগিংকাণ্ড, তাত উদ্বিগ্নতা প্ৰকাশ কৰে ড৹ বৰাই(DU Ragging controversy) ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.