thumbnail

By

Published : Jun 12, 2023, 5:41 PM IST

Updated : Jun 12, 2023, 9:42 PM IST

ETV Bharat / Videos

Water pipe explosion: মহানগৰীৰ জল বিস্ফোৰণৰ ঘটনাক লৈ মন্তব্য জিলা আয়ুক্তৰ

গুৱাহাটী, 11 জুন : "এই পানীৰ পাইপ ফুটা ঘটনাটো এটা সাধাৰণ ঘটনাৰ দৰেই, ইয়াত পাৰ্থক্য এটাই আছে যে, সৰু পাইপবোৰত লীক ওলালে অলপ অলপ পানী ওলাই, আমি লগে লগে সেইসমূহ লীক ঠিক কৰি পুনৰ পানীৰ চাপ্লাই কৰো ৷ ইয়াত ডাঙৰ পাইপত লীক ওলাইছে ৷ খাৰঘুলিৰ ঘটনা আৰু এই ঘটনা একেই নহয় ৷ আমি তদন্ত কৰিম, কিন্তু ইয়াৰ লগতে পানীৰ যোগানো আমি সমানেই অব্যাহত ৰাখিব লাগিব ৷ মই অভিযন্তাসকলৰ সৈতে বহাৰ পিচতহে আপোনালোকক জনাব পাৰিম ৷" মহানগৰীৰ কমাৰ্চ-ৰাজগড় লিংক ৰোডত সংঘটিত হোৱা জলবিস্ফোৰণৰ ঘটনাস্থলীত উপস্থিত হৈ এই মন্তব্য কৰে জিলা আয়ুক্ত পল্লৱ গোপাল ঝায়ে ৷ 

লগতে পঢ়ক:  water pipe explosion: কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

Last Updated : Jun 12, 2023, 9:42 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.