CPIM protest in Lakhimpur: চি পি আই এমৰ প্ৰতিবাদত কঁপিল লখিমপুৰ - জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 9, 2023, 8:46 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

চিপিআই(এম)ৰ প্ৰতিবাদত সোমবাৰে উত্তাল হৈ পৰে লখিমপুৰ(CPIM protest in Lakhimpur) । নগৰৰ মাজেৰে কেইবা শতাধিক দলীয় কৰ্মীয়ে প্ৰতিবাদী সমদল কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰা (CPIM protest against price hike), কৃষক ৰাইজে ভোগ দখল কৰি অহা ভূমিৰ বিনা প্ৰিমিয়ামে ম্যাদী পট্টা দিয়া, নিম্নতম সমৰ্থন মূল্যত ফচল বিক্ৰীৰ ব্যৱস্থা কৰা, কৰ্মচাৰীৰ পুৰণি পেঞ্চন নীতি বাতিল কৰি নতুন পেঞ্চন নীতি বাহাল ৰখা আদি বিভিন্ন শ্ল’গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয় উত্তাল কৰি তোলে । তেওঁলোকে লগতে উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদৰ পূৰ্বেই সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.