Cow died at Kalgachia : কাৰ ভুলৰ বাবে কলগাছিয়া চিকিৎসালয়ত মৃত্যু হৈছে পশুধনৰ ? - Cow died at Kalgachia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 10, 2023, 10:52 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

সম্প্ৰতি চৰকাৰে পশুধনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ সময়তে জনীয়াৰ কলগাছিয়াস্থিত ৰাজ্যিক পশু চিকিৎসালয়ত মৃত্যু হৈছে পশুধনৰ (Cow died wrong treatment at Kalgachia) । বৰপেটা জিলাৰ কলগাছিয়া ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ছাজাহান আলীৰ চৰম গাফিলতিৰ বাবে পশুধনৰ মৃত্যু হোৱা বুলি উত্থাপন হৈছে এক অভিযোগ ৷ এই অভিযোগ উত্থাপন কৰিছে পশুধনৰ গৰাকী আক্কাচ আলীয়ে ৷ উপায়ন্তৰ হৈ এতিয়া গৰুৰ মৃত্যুৰ ক্ষতিপূৰণ দাবী কৰিছে আক্কাচ আলীয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.