Accident at Kaliabor: কলিয়াবৰত I-10 দুৰ্ঘটনাত আহত গৰু - Accident at Kaliabor

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 28, 2023, 12:38 PM IST

Updated : Jul 28, 2023, 1:02 PM IST

কলিয়াবৰ, 28 জুলাই : শুকুৰবাৰে পুৱতি নিশা কলিয়াবৰৰ ৰাজপথত অঘটন ৷ এখন চাৰিচকীয়া বাহনত গো-সৰবৰাহৰ চেষ্টা চলাওঁতেই কলিয়াবৰৰ ঘোৰাকাটিত দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ ফলত দুটা গো-ধন আৰু তিনিটা সৰবৰাহকাৰী গুৰুতৰভাৱে আহত হয় ৷ অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত বাহনখখন এৰি চালক-গো সৰবৰাহকাৰীকেইটা পলায়নৰ চেষ্টা কৰে ৷  

যান-বাহন আৰক্ষীয়ে উল্লেখ কৰা মতে, AS 02T 5578 নম্বৰৰ I10 বাহনখনত গো-ধন সৰবৰাহ কৰোঁতেই মণিপুৰৰ ইম্ফল অভিমুখী HR 38 AC 9803 নম্বৰৰ কন্টেইনাৰ বাহনত খুন্দা মাৰে ৷ ফলত দুয়োখন বাহন দুৰ্ঘটনাত পতিত হয় ৷ ইফালে দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে গৰু দুটা উদ্ধাৰ কৰি পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : Boat capsizes in Philippines : ফিলিপাইনছত ভয়ংকৰ নাও দুৰ্ঘটনা, প্ৰায় ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

Last Updated : Jul 28, 2023, 1:02 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.