Bol Bam Yatra: বল বমৰ মাজতে ঐতিহাসিক শিৱদৌল প্ৰাংগণত ভাং আৰু সুৰাৰ আড্ডা - historical Sivadol in Sivasagar
🎬 Watch Now: Feature Video

বল বমৰ নামত একাংশ বল বম যাত্ৰীৰ উদ্ভণ্ডালি । শিৱসাগৰ নগৰৰ মাজমজিয়াত সুৰাৰ ৰাগিত মাতাল হৈ উশৃংখল নৃত্য একাংশ বল বম যাত্ৰীৰ (Some people drinking and dancing during bol bam yatra) ৷ ঐতিহাসিক শিৱসাগৰ শিৱদৌল প্ৰাংগণত ভাং আৰু সুৰাৰ আড্ডা (Cannabis and liquor hangout at historical Sivadol) । এনে একাংশ বল বমৰ ভক্তৰ পৰা সাৰি নগ’ল অসমৰ অন্যতম ধৰ্মীয় অনুষ্ঠান ঐতিহাসিক শিৱসাগৰ শিৱদৌল, বিষ্ণু দৌল, দেৱী দলৰ চৌহদ । দেওবাৰে নিশা দৌলৰ চাৰিওফালে এক অৰাজক পৰিৱেশ দেখা গ’ল । শিৱসাগৰ নগৰৰ মাজ মজিয়াত উচ্চ মাত্ৰাৰ অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰি বহু সময় ধৰি কৰি গ’ল উশৃংখল নৃত্য । তাৰ সমান্তৰাল ভাৱে ঐতিহাসিক শিৱসাগৰ শিৱসাগৰ দ'লৰ ভিতৰত একাংশ ভক্তৰ সুৰা আৰু ভাঙৰ আড্ডা বহাও পৰিলক্ষিত হ’ল ।
Last Updated : Feb 3, 2023, 8:26 PM IST