thumbnail

হিমন্ত চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি পালনৰ বাবে পূৰ্ণ গতিত চলিছে প্ৰস্তুতি

By

Published : May 5, 2022, 9:38 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

১০ মে’ত বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি(First anniversary of BJP government) ৷ বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজনৰ বাবে বৃহস্পতিবাৰে বোকাখাতৰ সত্যনাৰায়ণ সেৱা সদনত আলোচনাত মিলিত হয় দলীয় বিষয়ববীয়াসকল(BJP prepares to celebrate First anniversary of the government) । দিনজোৰা কাৰ্যসূচীৰে আয়োজিত বৈঠকত বিজেপি দলে আগন্তক দিনত জনসাধাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া উন্নয়নমূলক আঁচনিসমূহ বিষয়েও আলোচনা কৰে । ৰাজ্যিক বিষয়ববীয়া তথা সকলো সদস্য উপস্থিতি থকা সভাখন ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পাছত সামৰণি পৰে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.