thumbnail

By

Published : Jul 28, 2023, 4:20 PM IST

ETV Bharat / Videos

FIR Against Bhupen Borah:ভূপেন বৰাৰ বিৰুদ্ধে যোৰহাটত বিশ্ব হিন্দু পৰিষদৰ এজাহাৰ দাখিল

যোৰহাট,28 জুলাই: যোৰহাট সদৰ থানাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এখন পিছত আন এখন এজাহাৰ দাখিল বিভিন্ন দল সংগঠনৰ লগতে সচতেন ৰাইজৰ ৷ শুকুৰবাৰে বিশ্ব হিন্দু পৰিষদ আৰু সচতেন ৰাইজে যোৰহাট সদৰ থানাত APCC ৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ 

কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অন্য এটা ধৰ্মক তুষ্টিকৰণ কৰিবলৈ গৈ শ্ৰীকৃষ্ণ ভগৱানক তাচ্ছিল্য কৰাটো কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক যি কয় সেয়া আমি ৰাজনৈতিক মতাদৰ্শ বুলি ভাবি ল'ম ৷ কিন্তু ভগৱানক অপমান কৰাটো কোনো কাৰণত ক্ষমাৰ যোগ্য নহয় ।’ এই মন্তব্য বিশ্ব হিন্দু পৰিষদ আৰু সচতেন ৰাইজৰ ৷ বিতৰ্কিত মন্তব্য কৰি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ক্ষমা প্ৰাৰ্থনা খুজিছে ৰাইজৰ ওচৰত ৷

লগতে পঢ়ক:Mariani Police in controversy: থানাত যুৱকক প্ৰহাৰ ; পুনৰ বিৰ্তকত মৰিয়নি আৰক্ষী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.