Biggest car rally: ডিব্ৰুগড়ত উত্তৰ পূবৰ সৰ্ববৃহৎ JSB কাৰ ৰেলী - উত্তৰ পূবৰ 71 টা প্ৰতিযোগী দলে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 18, 2022, 1:48 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে উত্তৰ পূবৰ সৰ্ববৃহৎ JSB কাৰ ৰেলী (Biggest car rally in Assam)৷ দেওবাৰে অনুষ্ঠিত হোৱা এই কাৰ ৰেলীত অংশগ্ৰহণ কৰে উত্তৰ পূবৰ 71 টাকৈ দলে (71 group perform in Biggest car rally)৷ পুৱাৰ ভাগৰে পৰা ঐতিহাসিক পুৰণি হাইস্কুল খেলপথাৰত গুঞ্জৰিত হয় প্ৰতিযোগিতামূলক পৰিৱেশ (Car rally held at Dibrugarh)৷ 2014 চনৰ পৰা আৰম্ভ কৰা JSB য়ে এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিছে কাৰ ৰেলী ৷ মণিপুৰ, নাগালেণ্ড, অৰুণাচল, ঝাৰখণ্ড আৰু ডিমাপুৰৰ এটি লেডী দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠানত সামৰিক বাহিনীৰ বহু উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে ৷ এই কাৰ ৰেলীৰ যোগেদি এক সুষ্ঠ আৰু প্ৰতিযোগিতামূলক পৰিৱেশ সুচনা হ'ব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.