Bandhan Bank Add: দৰিদ্ৰৰ বাবে সাহসৰ হাত হৈ পৰিছে বন্ধন
🎬 Watch Now: Feature Video
বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গাঁৱে-ভূঞে, চহৰে-নগৰে জনসাধাৰণক উপকৃত কৰি আহিছে বন্ধন বেংকে (Bandhan bank in Assam) । বন্ধন বেংকৰ পৰাই লোণ লৈ আজি স্ব-নিৰ্ভৰশীলতাৰ বাট দেখাৰ লগতে আৰ্থিকভাৱেও স্বছল হৈ পৰিছে বহুলোক । বন্ধন বেংকৰ পৰাই লোণ লৈ ব্যৱহায় কৰি বহুতৰে মুখত আনন্দৰ হাঁহি বিৰিঙিছে (Benefits of Bandhan bank) । আন আন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ মাজবাটস্থিত বন্ধন বেংকৰ শাখা কাৰ্যালয়টি এতিয়া দৰিদ্ৰ জনৰ বাবে সাৰথি হৈ পৰিছে । অঞ্চলটোৰ বহু দৰিদ্ৰ লোকে বন্ধন বেংক ৰ পৰা লোণ লৈ আৰম্ভ কৰিছে ব্যৱহায় । মাজবাটৰ সন্তোষ মোদকে বেংকৰ পৰা লোণ লৈ জুৱেলাৰী দোকান খুলি স্বচ্চলভাৱে চলাই আহিছে নিজৰ পৰিয়াল । একেদৰে বন্ধন বেংকে স্বাৱলম্বী কৰি তুলিছে আন এগৰাকী হিতাধিকাৰী শিৱ চৰন ডেকাক । বন্ধনৰ পৰা ঋণ লৈ শিৱ চৰন ডেকাই বন্ধন হোটেল খুলি সুন্দৰভাৱে চলাই নিছে নিজৰ সংসাৰ । এইদৰে বন্ধনে আজি তেওঁলোকক সফলতাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST