Corruption in road construction: বিধায়ক ভাতৃৰ প্ৰতাপ দেখুৱাই ঠিকাদাৰ ভাতৃয়ে চলাইছে পথ নিৰ্মাণৰ নামত দুৰ্নীতি - পথ নিৰ্মাণৰ নামত দুৰ্নীতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 7, 2022, 4:31 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

বদৰপুৰ সমষ্টিৰ দুখনকৈ নদীৰ মথাউৰি পথলৈ উন্নীতকৰণৰ বাবে আৱন্টিত ৩‌‌ কোটি ৯৯ লাখ ৮২ হেজাৰ টকা পুঁজিৰ কামৰ ঠিকা লাভ কৰিছিল বদৰপুৰৰ বিধায়ক আব্দুল আজিজৰ(Badarpur MLA Abdul Aziz) ভাতৃয়ে । বিধায়কৰ ভাতৃ ঠিকাদাৰ আব্দুল মানিকে বিধায়ক আব্দুল আজিজৰ আধিপত্য দেখুৱাই নিজৰ ইচ্ছামতে কাম-কাজ চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পথ নিৰ্মাণৰ কামত‌ দুৰ্নীতি সংঘটিত কৰাৰ উপৰি আৱন্টিত টকাৰ নাম‌-ফলকবিহীনভাৱে কাম কৰি চৰকাৰী টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিধায়কৰ ভাতৃৰ বিৰুদ্ধে(Corruption in road construction) । চৰকাৰী নিৰ্দেশ অমান্য কৰি ঠিকাদাৰ আব্দুল মানিকে নিজ ইচ্ছা মতে চলাই আছে কাম-কাজ । যাৰ বাবে আজি বিধায়কজনৰ ভাতৃ তথা ঠিকাদাৰ আব্দুল মানিকৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ আহদ তালুকদাৰ(Karimganj District Congress minority cell chairman) ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.