thumbnail

By

Published : Jun 10, 2023, 3:34 PM IST

ETV Bharat / Videos

Volleyball competition at hojai:হোজাই আৰক্ষীৰ উদ্যোগত ভলীবল প্ৰতিযোগিতা

হোজাই, ১০জুন: হোজাই জিলা আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ (Volleyball Tournament at Hojai)। নিচামুক্ত সমাজ গঢ়িবলৈ হোজাই আৰক্ষীয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে অনুষ্ঠিত কৰে ভলীবল প্ৰতিযোগিতা (Awareness on drug free society in Hojai)। শুক্ৰবাৰে হোজাই ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত হোজাই ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু হোজাই আৰক্ষীৰ দলে অংশগ্ৰহণ কৰে (Hojai Sports Association playground) ।  

এই ভলীবল প্ৰতিযোগিতাত হোজাই ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী উপস্থিত থকাৰ লগতে হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিত দুৱৰা আৰু হোজাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়েও অংশগ্ৰহণ কৰে (Rabindra Nath Tagore University in Hojai)। এই ভলীবল প্ৰতিযোগিতাত হোজাই জিলাখনৰ পৰা ১০ টা দলে যোগদান কৰিছে বুলি হোজাই জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰিছে ।

লগতে পঢ়ক:CM vigilance detained Lat Mondol: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পুনৰ লাট মণ্ডল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.