National Highway 37 : নগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাফিলতিৰ অভিযোগ - poor condition of 37 no National Highway
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16795726-740-16795726-1667226268935.jpg)
নগাঁও জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁৱৰ পৰা উজনি অসমৰ দিশে যোৱা পথে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক (poor condition of 37 no National Highway) । নগাঁও জিলাৰ মিছা বিজুবস্তিত প্ৰায় প্ৰতিদিনে সংঘটিত হয় দুৰ্ঘটনা (accident occured at 37 NH Nagaon) । চিমপ্লেক্স নামৰ কোম্পানীটোৰ ঠিকাদাৰ-ইঞ্জিনীয়াৰসকলে কাম আধাতে এৰি যাবলগীয়া হৈছে । যাৰ ফলত কাম সম্পূৰ্ণ নোহোৱাত সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । চাৰিলেনযুক্ত ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত চৰম গাফিলতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:30 PM IST