মহা মৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে মহাভিযোগ - বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 2, 2022, 6:51 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰত এতিয়া চলিছে প্ৰতিবাদ মাথো প্ৰতিবাদ (Protest in Maha Mrityunjay temple at Nagaon) । ৯ গৰাকী স্থানীয় কৰ্মচাৰীক শনিবাৰে মন্দিৰৰ পৰী বহিস্কাৰ কৰি বহিঃৰাজ্যৰ লোকক মন্দিৰত মকৰল কৰাৰ অভিযোগত দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ । নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এই প্ৰতিবাদ । বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে (Protest against CM and his family) মন্দিৰটোৰ সৈতে পূৰ্বৰে পৰা জড়িত হৈ থকা স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ক্ষোভ ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.