জোনাইৰ গণহত্যা প্ৰসংগত AJYP ৰ প্ৰতিক্ৰিয়া - জোনাইৰ অমানৱীয় গণহত্যাৰ চাঞ্চল্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16269265-thumbnail-3x2-jonail.jpg)
এতিয়াও মাৰ যোৱা নাই জোনাইৰ অমানৱীয় গণহত্যাৰ চাঞ্চল্য (Jonai Mob lynching) ৷ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ জোনাইৰ সোপাধৰা কাণ্ডৰ লগত জড়িত গোলাপ বৰুৱাৰ হত্যাকাণ্ড ঘটনাৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (AJYP reacts on Jonai Mob lynching) । লগতে দোষীক ব্যক্তিসকলক কঠোৰতম শাস্তি দিবলৈয়ো দাবী জনাই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST