thumbnail

Protest against price hike: দাম বৃদ্ধি ৰোধ কৰাৰ দাবীৰে গুৱাহাটীত অজাপৰ প্ৰতিবাদ

By

Published : Mar 23, 2023, 9:16 PM IST

গুৱাহাটী, 23 মাৰ্চ: অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অসম জাতীয় পৰিষদ, কামৰূপ মহানগৰ জিলা সমিতিৰ বিক্ষোভ কাৰ্যসূচী (AJP protest in Guwahati) ৷ দাম বৃদ্ধি ৰোধ কৰাৰ দাবীৰে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপ কুমাৰ দাসৰ নেতৃত্বত গুৱাহাটীৰ ভঙাগড়ত থকা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (AJP Protest against price hike) ৷  

হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ যোগান বিভাগৰ লগতে বিজেপি চৰকাৰক কঠোৰ সমালোচনা প্ৰতিবাদকাৰীসকলৰ ৷ শীঘ্ৰেই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: Guwahati AIIMS Inauguration : ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী এইমছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.