thumbnail

AASU Leaders in Tripura: শংকৰজ্যোতিৰ বিহুগীতৰ তালে তালে নাচিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

By

Published : Nov 26, 2022, 7:02 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ত্ৰিপুৰাত আৱতৰীয়া বিহু (AASU Leaders in Tripura) ৷ যোৱা বৃহস্পতিবাৰ অৰ্থাৎ 24 নৱেম্বৰৰ পৰা ত্ৰিপুৰাত অনুষ্ঠিত নেছ' (North East Students Organization)ৰ তিনিদিনীয়া অধিৱেশনৰ অন্তিম দিনা শনিবাৰে কণ্ঠশিল্পীৰ ৰূপত দেখা গ’ল আছুৰ সাধাৰণ সম্পাদক শংকৰজোতি বৰুৱাক (AASU leaders celebrated bihu)৷ শংকৰজ্যোতিৰ বিহুনামৰ তালে তালে নাচি আনন্দত আত্মহাৰা হৈছে আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ ইতিমধ্যে এই ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে ৷ উল্লেখ্য যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ (AASU Leader Samujjal Kumar Bhattacharya) নাচত সহযোগ কৰিছে আছুৰ আন সতীৰ্থ লগতে নেছ'ৰ কৰ্মকৰ্তাইও ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.