thumbnail

By

Published : Jun 27, 2022, 1:03 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

HS Exam result 2022: বিজ্ঞান শাখাৰ পঞ্চম স্থানত চল্টব্ৰুক একাডেমিৰ আইমন চোহেইব

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ চল্টব্ৰুক একাডেমিৰ আইমন চোহেইবে (Aaimon Shoaib secured fifth position in Science stream) ৷ তিনিচুকীয়া মাকুমৰোডস্থিত সিদ্ধামৰ নিবাসী চোহেইব আহমেদ আৰু মাতৃ চৱনম চোহেইবৰ কন্যা আইমনে নীটৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ কথা প্ৰকাশ কৰে । আইমন চোহেইবৰ সাফল্যত উৎফুল্লিত পৰিয়ালবৰ্গ, শিক্ষাগুৰুৰ লগতে চল্টব্ৰুক একাডেমিৰ প্ৰতিগৰাকী শিক্ষাৰ্থী ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.