জাঁজীমুখত উদ্ধাৰ হৰিণা পহু - জাঁজীমুখত উদ্ধাৰ হৰিণা পহু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 7, 2022, 8:25 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

টীয়কৰ জাঁজীমুখৰ হাতীশালত সোমবাৰে পুৱা নদীৰ বাঢ়নী পানীত উটি অহা এটা হৰিণা পহুক স্থানীয় ৰাইজে উদ্ধাৰ কৰে(A Deer rescued in teok) । হৰিণা পহুটো নদীখনৰ দক্ষিণপাৰৰ এঘৰ লোকৰ বাৰীৰ জেওৰাত আৱদ্ধ হৈ পৰাৰ পিছতে স্থানীয় ৰাইজে পহুটো প্ৰত্যক্ষ কৰে ৷ তেওঁলোকে হৰিণাটো উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে ৷ ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই বন বিভাগৰ লোক উপস্থিত হৈ পহুটো নিজ জিম্মাত লয় । উল্লেখ্য যে, দেওবাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কেইবাটাও চাপৰি বুৰ যোৱাত চাপৰিত থকা অন্যান্য বন্য জন্তুসমূহে ওখ আৰু নিৰাপদ স্থানৰ সন্ধানত হাহাকাৰ কৰা পৰিলক্ষিত হৈছে(The water level of the Brahmaputra is rising) ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.