Srimanta Sankardev Sangha: আমগুৰিত সংঘত যোগদান কৰিলে ৭৮ টা পৰিয়ালে - Srimanta Sankardev Sangha controversy

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 16, 2022, 10:58 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিতৰ্কৰ(Srimanta Sankardev Sangha controversy) মাজতে আমগুৰিত সংঘত যোগদান কৰিলে ৭৮ টা পৰিয়ালে(78 families join Srimanta Sankardev Sangha) ৷ নাজিৰা জিলাৰ দোপদৰ আঞ্চলিকৰ অন্তৰ্গত ৬ খন প্ৰাথমিক শাখা গঠন কৰি আমগুৰিৰ বৰছিলা বাগিচা আৰু মাজগাঁৱত ৭৮ টা পৰিয়ালে যোগদান কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘত ৷ চাহ জনগোষ্ঠীৰ পৰিয়ালকেইটাই শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰি সংঘৰ নীতি-আদৰ্শ মানি চলাৰো সংকল্প গ্ৰহণ কৰে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা অন্তৰ্গত দোপদৰ আঞ্চলিক সম্পাদক প্ৰশান্ত বৰা একক প্ৰচেষ্টাত ক্ৰমে মাজগাঁও আদৰ্শ প্ৰাথমিক শাখা, বৃন্দাবন, গোপাল গোবিন্দ, গোবিন্দ নগৰ, মণিকাঞ্চন আৰু কৃষ্ণ সূৰ্য নামেৰে প্ৰাথমিক শাখাকেইখন গঠন কৰা হয়(Srimanta Sankardev Sangha in Amguri) ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.