মাজুলীত 76 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত পুলক মহন্তই - 76 সংখ্যক স্বাধীনতা দিৱস
🎬 Watch Now: Feature Video

সমগ্ৰ দেশে আজি পালন কৰিছে গৌৰৱোজ্জ্বল 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) ৷ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মাজুলী গড়মূৰ কাছাৰী মৈদানৰ খেলপথাৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা আড়ম্বপূৰ্ণভাৱে উদযাপন কৰা হয় দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day celebration in Majuli) ৷ মাজুলীৰ গড়মূৰ কাছাৰী মৈদানত চৰকাৰীভাৱে আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত পুলক মহন্তই । এই অনুষ্ঠানত জিলাখনৰ আৰক্ষী-জোৱানসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও পেৰেডত অংশগ্ৰহণ কৰে ।
Last Updated : Feb 3, 2023, 8:26 PM IST