Zubeen Garg Birthday: যোৰহাটৰ টানিয়া শৰ্মাই প্ৰস্তুত কৰিলে পঞ্চাশ পাউণ্ডৰ কেক

By

Published : Nov 18, 2022, 5:38 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
আড়ম্বপূৰ্ণভাৱে যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত উদযাপন কৰা হৈছে জুবিন গাৰ্গৰ পঞ্চাশবছৰীয়া জন্মদিন (Zubeen Garg birthday)। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে যোৰহাটৰ গড়মূৰ ইটাখুলিৰ টানিয়া শৰ্মাই দুদিন ধৰি তৈয়াৰ কৰি আছে পঞ্চাশ পাউণ্ডৰ এটা বিশেষ কেক । জুবিন গাৰ্গে খাই ভালপোৱা সকলো উপকৰণ আৰু আৰু শিল্পীগৰাকীৰ বিভিন্ন প্ৰতীকপট বিশেষ কেকটোত অংকন কৰা হৈছে । নিশা যোৰহাট ক্ৰীড়া সন্থাৰ(Jorhat District Sports Association) খেলৰ পথাৰত শত সহশ্ৰাধিক অনুৰাগীৰ সন্মুখত জুবিন গাৰ্গে উক্ত কেকটো কাটি পঞ্চাশ বছৰীয়া জন্মদিন উদযাপন কৰিব (Zubeen Garg birthday in Jorhat)।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.