thumbnail

By

Published : Dec 20, 2022, 8:51 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

BTR day celebration: মুছলপুৰত BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত কৰা হয় এখনি সভা (2nd anniversary of BTR celebrated in Mushalpur) ৷ উক্ত সভাত BTC-ৰ অধ্যক্ষ কাতিৰাম বড়োৱে (BTR Chairman Katiram Bodo) আদৰণি ভাষণত BTR চৰকাৰে বিগত সময়ত উল্লেখনীয় কাম কৰাৰ দৰে পৰৱৰ্তী সময়তো কাম কৰি যাব বুলি মন্তব্য কৰে ৷ সভাখনিত উপস্থিত থাকে MCLA মণ্টু বড়ো, বিধায়ক ভূপেন বড়ো, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মকে আদি কৰি ভালেসংখ্যক লোক(BTR day celebration) ৷ BTR চৰকাৰে অনাগত দিনত শিক্ষা, কৃষি, উদ্যোগ ক্ষেত্ৰ আদিত অধিক গুৰুত্ব দিব বুলি উল্লেখ কৰে সভাখনিত ৷ ইফালে এই সভাখনিতে শ্ৰেষ্ঠ গাঁও প্ৰধান ইলিয়াচ এক্কা, দিপুল বড়োক শ্ৰেষ্ঠ খেতিয়ক, দুমুনী চাহ বাগানৰ স্বত্বাধিকাৰ বিক্ৰম সিঙক শ্ৰেষ্ঠ চাহ বাগানৰ স্বত্বাধিকাৰী, গোলাপী বসুমতাৰীক শ্ৰেষ্ঠ আশা কৰ্মীক বঁটা প্ৰদান কৰাৰ লগতে হস্ততাঁত বস্ত্ৰ শিল্পৰ শিপিনীসকলক পেহচান কাৰ্ড প্ৰদান কৰে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.