Liquor seized at Diphu: ডিফুত কাৰ্টনে কাৰ্টনে বিলাতী সুৰা জব্দ - বিলাতী সুৰা কঢ়িয়াই নিয়া এখন অট’

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 22, 2022, 5:32 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ৰাজ্যজুৰি অবৈধ সৰবৰাহৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী প্ৰশাসন ৷ ইয়াৰ মাজতে মঙলবাৰে দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলঙৰ উপ-আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়াৰ তত্বাৱধানত এটা আৰক্ষীৰ দলে বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা কঢ়িয়াই নিয়া এখন অট’ জব্দ কৰে (Liquor seized at Diphu) ৷ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে পানবাৰী ৰে’ল গেটৰ কাষতে তালাচী চলাই ডিফুৰ পৰা ধনশিৰি দিশে গৈ থকা AS 09A C 9864 নম্বৰৰ এখন যাত্ৰীবাহী অট’ৰ পৰা 26 কাৰ্টন অবৈধ বিলাতী সুৰা জব্দ কৰে (26 carton spurious liquor seized at Diphu) ৷ আৰক্ষীয়ে অট’ চালকজনক আটক কৰাৰ লগতে জব্দ হোৱা অবৈধ সুৰাখিনি আবকাৰী বিভাগক ছমজাই দিছে বুলি জানিবলৈ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.