thumbnail

By

Published : Mar 23, 2022, 10:57 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

ডুমডুমাত পথ দুৰ্ঘটনাত নিহত এজন

ডুমডুমাৰ ৰূপাই চাইডিং বিষ্ণুনগৰ তিনিআলিত বুধবাৰে এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয় (Road accident in Tinsukia) ৷ নিহত যুৱকজন কৰ্ণেল বনিয়া(20) বুলি জানিব পৰা হৈছে(One death in Tinsukia Road accident) ৷ জানিব পৰা মতে তালাপ ধুলিজান নিবাসী কৰ্ণেল বনিয়াই টিপুক চাহ বাগিচাৰ দিব্যজ্যোতি বৰাৰ সৈতে মটৰ চাইকেলত ডুমডুমাৰ পৰা ধলা দিশত গৈ থাকোতে বিপৰীত দিশৰ পৰা অহা AS 23 K 0014 নম্বৰৰ i 10 বাহন এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত মটৰ চাইকেলত পিচত বহি যোৱা কৰ্ণেল বনিয়া ওফৰি পৰে আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.