অসম জাতীয় পৰিষদলৈ দৰদ উপজিল বিধায়ক প্ৰশান্ত ফুকনৰ - অসম জাতীয় পৰিষদলৈ শুভেচ্ছা বিধায়ক প্ৰশান্ত ফুকনৰ
🎬 Watch Now: Feature Video
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ মুঠ চাৰিখন পৌৰসভা নিৰ্বাচনত বিজেপি দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল । কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ নামৰূপৰ ৯ নং ৱাৰ্ডত প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদে লাভ কৰাৰ পাছতে অসম জাতীয় পৰিষদলৈ শুভেচ্ছা জনালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে(BJP won Assam municipal election) । লগতে তেওঁ কয় যে, 'এটা ৱাৰ্ড লাভ কৰিছে এই সময়ত ভাল কাম কৰক এদিন ভাল হ'ব(MLA Prasanta Phukan's greetings to AJP) ।'
Last Updated : Feb 3, 2023, 8:19 PM IST