thumbnail

By

Published : Jun 3, 2020, 1:48 PM IST

ETV Bharat / Videos

বিশ্বজুৰি COVID-19ৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ 3 জুনলৈ সমগ্ৰ বিশ্বতে 6,451,966 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 382,479 গৰাকীয়ে ৷ বৰ্তমানলৈ এই মহামাৰীত আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ দেশখনত সৰ্বাধিক 1,881,205 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 108,059 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ব্ৰাজিলতো এই মহামাৰীত 558,237 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীত, মৃত্যুক সাৱটি লৈছে 31,309 গৰাকী লোকে ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.