Watch: বৈশ্বিক প্ৰজনন কাৰ্যক্ৰমৰ অধীনত বাৰ্লিনত জন্মিলে এটি ৰেড পাণ্ডা - দুষ্প্ৰাপ্য ৰেড পাণ্ডা
🎬 Watch Now: Feature Video
যোৱা ন বছৰত প্ৰথমবাৰৰ বাবে বাৰ্লিনৰ টিয়েৰপাৰ্ক চিৰিয়াখানাত জন্ম লাভ কৰিলে এটি দুষ্প্ৰাপ্য ৰেড পাণ্ডাই ৷ নোমেৰে ঢাক খাই থকা পাণ্ডাটোৱে নিজৰ ডাঙৰ ঘূৰণীয়া চকুকেইটাৰে সকলোলৈ দৃষ্টি নিক্ষেপ কৰাৰ লগতে নিজৰ গুহাৰ ভিতৰত আনন্দ কৰি থকা পৰিলক্ষিত হৈছে ৷ এটা গিনিপিগৰ দৰে ওজনৰ হোৱা ৰেড পাণ্ডাটো চিৰিয়াখানা খনত ডাঙৰ-দীঘল হোৱা 10 সংখ্যক সৰু পাণ্ডা ৷ হিমালয়ত ধ্বংসযজ্ঞ চলি থকাৰ ফলত এই ৰেড পাণ্ডাৰ প্ৰজাতিলৈ ভয়ানক ভাবুকিৰ সৃষ্টি হৈছে ৷