WATCH: পেনছিলভেনিয়াৰ এটা এপাৰ্টমেন্টত ভয়ংকৰ অগ্নিকাণ্ড - অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কত লাভ কৰিব পৰা নাই কোনো তথ্য
🎬 Watch Now: Feature Video

বৃহস্পতিবাৰে পেনছিলভেনিয়াৰ নৰ্থ কোভেন্ট্ৰি টাউনছিপৰ এটা এপাৰ্টমেন্টত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় ৷ অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কত বৰ্তমানলৈকে শুংসূত্ৰ লাভ কৰিব পৰা নাই ৷ ঘটনাৰ তদন্ত অব্যাহত আছে ৷