ভাৰত-আমেৰিকাৰ অপৰিহাৰ্য অংশীদাৰিত্ব - ভাৰত-আমেৰিকাৰ অপৰিহাৰ্য অংশীদাৰিত্ব
🎬 Watch Now: Feature Video

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণে ভাৰত-আমেৰিকাৰ সম্বন্ধক এক নতুন সমীকৰণৰ ৰেঙণি প্ৰদান কৰিব ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ উপমহাদেশীয় ভ্ৰমণে ভাৰতৰ সৈতে তেওঁলোকৰ সম্বন্ধক মজবুত কৰিছে ৷