thumbnail

S-400 ক্ষেপনাস্ত্ৰ প্ৰণালীঃ তুৰ্কীলৈ ভয় শক্তিশালী আমেৰিকাৰ

By

Published : Jul 13, 2019, 3:11 PM IST

বিশ্বৰ ভিতৰতে শক্তিশালী ৰাছিয়াৰ S-400 ক্ষেপনাস্ত্ৰ প্ৰণালীক লৈ আমেৰিকা আৰু তুৰ্কীৰ মাজত তুংগত উঠিছে শীতল যুদ্ধ ৷ দুয়োখন দেশৰে সামৰিক পৰ্যায়ত গুৰুত্বপূৰ্ণ স্থানৰ পিচটো নাটোৰ দোহাই দি আমেৰিকাই ভাবুকি প্ৰদান কৰিছে তুৰ্কীক ৷ ৰাছিয়াৰ সৈতে সম্পন্ন হোৱা S-400 চুক্তিৰ সমান্তৰালকৈ আমেৰিকাৰ সৈতে তুৰ্কীয়ে সম্পন্ন কৰিছে 100খন F-35 যুঁজাৰু বিমান ক্ৰয়ৰ চুক্তি ৷ একেসময়তে S-400 আৰু F-35 ৰাখিব নোৱাৰিব বুলি আমেৰিকাই ভাবুকি প্ৰদান কৰাৰ পিচটো তুৰ্কীয়ে শুকুৰবাৰে ৰাছিয়াৰ পৰা লাভ কৰে প্ৰথমলানি S-400 ক্ষেপনাস্ত্ৰ প্ৰণালী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.