পেৰিছত প্ৰৱাসী ভাৰতীয়ৰ CAA বিৰোধী প্ৰতিবাদ

By

Published : Jan 5, 2020, 4:33 PM IST

thumbnail
প্ৰৱাসী ভাৰতীয়সকলে ফ্ৰান্সৰ পেৰিছ চহৰত নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি নেতৃত্বাধীন ভাৰতীয় চৰকাৰে সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিক উলংঘা কৰাৰ লগতে ইয়াৰ ফলত ভাৰতলৈ অপবাদ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে প্ৰৱাসী ভাৰতীয়সকলে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.