বিশ্বৰ বিভিন্ন দেশত COVID-19ৰ সামগ্ৰিক তথ্য ! - বিশ্বৰ বিভিন্ন দেশ
🎬 Watch Now: Feature Video
সমগ্ৰ বিশ্বতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ ত্ৰাস ৷ বৰ্তমানলৈকে বিশ্বত 44,29,235 গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 2,98,165 গৰাকী লোকে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 14,30,348 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে আৰু 85,197 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ একেদৰে স্পেইনতো 2,71,095 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 27,104 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ বিভিন্ন দেশৰ COVID-19ৰ সাম্প্ৰতিক খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...