হোজাই-কাৰ্বি আংলং সীমান্তত চোৰাং কাঠসহ বাহন জব্দ

By

Published : Mar 7, 2022, 8:16 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail
বকলীয়াঘাটত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় (Illegal wood seized at Bakaliaghat)৷ এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে নিশা কাৰ্বি আংলং জিলা বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে হোজাই -কাৰ্বি আংলং সীমান্তৱৰ্তী মাগুৰমাৰী এলেকাত এম্বুশ্ব কৰে । নিশা দহ বজাত হোজাই জিলা অভিমুখে চোৰাং কাঠ লৈ গৈ থকা অৱস্থাত বনকৰ্মীৰ দলটোৱে এএছ-02-চি-5325 নম্বৰৰ টাটা মোবাইলখন জব্দ কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.