Anti Gambling Operation in Hojai: জুৱাৰ বিৰুদ্ধে চলোৱা অভিযানত আটক তিনিজন - লংকাত জুৱাৰী আটক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14464060-thumbnail-3x2-cksdjc.jpg)
হোজাইত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti Gambling Operation in Hojai) ৷ অভিযানত আটক তিনি জুৱাৰী । দেওবাৰে নিশা হোজাইৰ লংকাত নিষিদ্ধ এণ্ডিং খেলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই তিনিজন লোকক আটক কৰে । লংকা থানাৰ অন্তর্গত লংকাপট্টী নামঘৰৰ সমীপত চলোৱা অভিযানত নিষিদ্ধ এভিং খেলৰ লগত জড়িত সুজন দাস, অজয় আৰু ৰাজেশ সাহাক আটক কৰি আছি লংকা আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰে । আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে নগদ ধনৰ উপৰিও নিষিদ্ধ এণ্ডিং খেলৰ সা-সামগ্ৰীও উদ্ধাৰ কৰে ।
Last Updated : Feb 3, 2023, 8:12 PM IST