thumbnail

By

Published : Dec 8, 2022, 2:16 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Traffic search operation:ঢালিগাঁৱত হেলমেট বিহীন দুচকীয়া বাহনৰ চালকক জৰিমনা

চিৰাং জিলাৰ ঢালিগাঁও মেইনগেটত হেলমেট বিহীন দুচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে যান-বাহন নিয়ন্ত্ৰণ শাখাই তালাচী চলায় (Traffic Control Branch searches at Chirang) । চৰকাৰৰ নিৰ্দেশ অনুসৰি হেলমেট,ছিটবেল্ট,মদ্যপান কৰি বাহন চলোৱা,নথী পত্ৰ সঠিক ভাৱে নৰখা আদিৰ ক্ষেত্ৰত আৰক্ষী আৰু পৰিবহণ বিভাগে কঠোৰ পদক্ষেপ লৈ জৰিমনা কৰাৰ পিছতো একাংশ লোকৰ নাই ভ্ৰক্ষেপ । সেয়েহে বৃহস্পতিবাৰে ঢালিগাঁও মেইনগেটত পুৱাই ঢালিগাঁও আৰক্ষীয়ে তালাচীৰ সময়ত জৰিমনা বিহে (Traffik cheking in Dhaligaon at Chirang)। ইয়াৰে অধিকাংশ লোকেই হৈছে হেলমেট বিহীন দুচকীয়া বাহনৰ চালক।
Last Updated : Feb 3, 2023, 8:35 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.