Lachit Divas at Baksha: বৰমাত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী - Cultural rally at Baroma

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 24, 2022, 6:38 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ (400 birth anniversary of Lachit Borphukan) সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে বৰমা ছোৱালী হাইস্কুল প্ৰাংগণৰ পৰা বৰমা মহাবিদ্যালয়লৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural rally at Baroma)। উক্ত শোভাযাত্ৰাত বাক্সা জিলাৰ উপায়ুক্ত মাচান্দা মেগডেলিন পাৰ্টিন, আৰক্ষী আয়ুক্ত ৰাজেন সিঙৰ লগতে বাক্সাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পিছত বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে বিভিন্ন অনুষ্ঠান ৰূপায়ন কৰা হয় (Baroma College)।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.