তিনিচুকীয়াত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে

By

Published : Aug 15, 2022, 6:42 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
সমগ্ৰ দেশত আজি পালন কৰা হৈছে দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) । তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ(Industrial Training Institute Tinsukia) খেলপথাৰত 76 সংখ্যক স্বাধীনতা দিৱসৰ মুখ্য অতিথিৰূপে অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ উপস্থিত থাকি দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ হকে শ্বহীদ হোৱা বীৰ-বীৰাংগনাসকলক স্মৰণ কৰি শ্বহীদ তৰ্পণ কৰে (Independence day celebration in Tinsukia) । পুৱা 9 বজাৰ লগে লগেই মন্ত্ৰীগৰাকীয়ে উত্তোলন কৰে জাতীয় পতাকা (Minister Sanjoy Kishan hoisted national flag in Tinsukia) । এই দুয়োটা কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, তিনিচুকীয়া জিলা দণ্ডাধীশ উপস্থিত থাকে । ইয়াৰ পিছতে উপস্থিত ৰাইজক সম্বোধন কৰি দীঘলীয়া ভাষণ প্ৰদান কৰে মন্ত্ৰী কিষাণে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.