ৰেম্পত মায়াসনা নৃত্যৰ ভংগীমাৰে সকলোকে মুহিলে মালাইকা আৰোৰাই - মালাইকা আৰোৰা
🎬 Watch Now: Feature Video
ডিজাইনাৰ গোপী বৈদৰ বাবে শ্ব’ ষ্টপাৰ হৈ ৰেম্পত খোজ দিলে মালাইকা আৰোৰাই (Malaika arora latest news) ৷ এযোৰ হালধীয়া ৰঙৰ লেহেংগাত মালাইকাই ৰেম্পত খোজ দিয়ে ৷ খোপাত বগা ফুল আৰু মাংগটিকাৰে সৈতে এই লুকটো সম্পূৰ্ণ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ খোজৰ মাজে মাজে নৃত্যৰ আকৰ্ষণীয় ভংগীমাৰে উপস্থিত দৰ্শকক মুহিলে অভিনেত্ৰী গৰাকীয়ে (Malaika arora ramp walk dance video) ৷ চাওক ভিডিঅ’টো-
Last Updated : Feb 3, 2023, 8:28 PM IST