কলিয়াবৰৰ ভিন্ন স্থানৰ পৰা তিনিডালকৈ বিষাক্ত সাপ উদ্ধাৰ সৰ্পবন্ধু সঞ্জীৱ ডেকাৰ

By

Published : Aug 19, 2022, 3:23 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

জখলাবন্ধাৰ বাঘজানৰ এজন লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ এডাল বিষাক্ত চকৰি ফেঁটী সাপ । বিষাক্ত চকৰি ফেঁটী সাপৰ লগতে একেদিনাই জখলাবন্ধা লোক নিৰ্মাণ বিভাগৰ আৱাসিক এলেকাৰ পৰা এডাল আৰু উলুৱনি উপৰ-গাঁৱৰ পৰা সৰ্পবন্ধু সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে দুডালকৈ সাপ(Venomous snake rescued in Kaliabor) । Monocled Cobra বা চকৰি ফেঁটী সাপটো বনাঞ্চলত মুকলি কৰাৰ পূৰ্বে কেমেৰাৰে দৃশ্য সংগ্ৰহৰ সময়ত বিষাক্ত চকৰি ফেঁটী সাপটোৱে অতৰ্কিতে খেদি অহা পৰিলক্ষিত হয় । পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা তিনিওটা সাপ শিলঘাট বনখণ্ডৰ কামাখ্য সংৰক্ষিত বনাঞ্চকৰ ত্ৰিশূলধাৰীত মুকলি কৰি দিয়ে সৰ্পবন্ধু সঞ্জীৱ ডেকাই ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.