টীয়কত কংগ্ৰেছী প্ৰাৰ্থীৰ হৈ যুৱনেত্ৰী পল্লবী গগৈৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Feb 27, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail
টীয়ক সমষ্টিৰ ৯ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰিয়ংকা বনিয়াক লগত লৈ শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা তথা যুৱনেত্ৰী পল্লবী গগৈয়ে বাঁহবাৰী অঞ্চলৰ ঘৰে ঘৰে গৈ চলালে নিৰ্বাচনী প্ৰচাৰ (Election campaign of Congress candidate in Tiok) । অনাগত দিনত ৰাইজৰ অভাৱ অভিযোগ তথা সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কংগ্ৰেছ নেত্ৰী দুগৰাকীয়ে । তেওঁলোকে মিত্ৰজোঁটৰ প্ৰলোভনত ভুল নগৈ অঞ্চলটোৰ উন্নয়ণৰ স্বাৰ্থত কংগ্ৰেছৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.