Anti Drugs Mission in Tinsukia: তিনিচুকীয়াত ব্ৰাউন চুগাৰ, গাঞ্জাসহ সৰবৰাহকাৰী আটক - তিনিচুকীয়াত ড্ৰাগছ
🎬 Watch Now: Feature Video
শুকুৰবাৰে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই ৪ জন যুৱকক আটক কৰাৰ লগতে ১০ গ্ৰাম ব্ৰাউন চুগাৰ, ৫ কিলোগ্ৰাম গাঞ্জাসহ ২ লাখ ৭ হাজাৰ ৫৫০ টকা জব্দ কৰে (Drugs seized in Tinsukia)৷ আটক কৰা যুৱককেইজন ক্ৰমে ৰাজ আলি, অনুপ ৰায়, পৱন দাস আৰু জিন্তুমনি দাস ৷ ইতিমধ্যে আটাইকেইজন যুৱকক অধিক তথ্যৰ সন্ধানত শোধ-পোছৰ লগতে তদন্ত অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:11 PM IST