Heroin seized in Bongaigaon: মাণিকপুৰত ড্ৰাগছ সৰবৰাহকাৰী আটক - মাণিকপুৰ আৰক্ষী থানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14703798-thumbnail-3x2-n.jpg)
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ এক গোপন সূত্ৰৰ পোম খেদি বঙাইগাঁৱৰ উপ আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত গেৰুকাবাৰী আৰু মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ সহযোগত শুকুৰবাৰে পুৱতি নিশা মাণিকপুৰ থানাৰ অন্তৰ্গত গেৰুকাবাৰী চাৰিআলি চ’কত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক (Drugs peddler arrested by Bongaigaon police) কৰাৰ লগতে 6.33 শতাংশ হেৰ'ইন (Heroin seized in Bongaigaon), এটা মোবাইল ফোন সহ নগদ চাৰি শ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:19 PM IST