শান্তিপূৰ্ণৰূপত চলি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভা নিৰ্বাচন - শান্তিপূৰ্ণৰূপত চলি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 11, 2022, 12:36 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

বহু চৰ্চিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ (Dibrugarh university PGSU election) ৷ বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা ৰংগমঞ্চত শান্তিপূৰ্ণ ৰূপত চলি আছে ভোটগ্ৰহণ । পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগ্ৰহণ পক্ৰিয়া । দিনৰ ২ বজাত ঘোষণা হ'ব আনুষ্ঠানিক ফলাফল। বিশ্ববিদ্যালয়ৰ ১৮ টা পদত ৩৪ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা। ৪৫০০ ছাত্ৰ-ছাত্ৰীৰ ভোটগ্ৰহণ। বিশ্ববিদ্যালয়ৰ ছাত্র নিৰ্বাচনক লৈ উৎসৱমুখৰ পৰিৱেশ বিশ্ববিদ্যালয়ৰ চৌহদত (Student body election in Dibrugarh university) । উল্লেখযোগ্য যে, ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে ইয়াৰ পূৰ্বে স্থগিত কৰা হৈছিল বিশ্ববিদ্যালয়খনৰ নিৰ্বাচন ৷
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.