NRCক লৈ আমছুৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
শনিবাৰে প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৷ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে উচ্চতম ন্যায়ালয় আৰু দেশৰ মহাপঞ্জীয়কৰ নিৰীক্ষণত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমছুৱে ৷