ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শিলাদিত্যৰ

By

Published : Aug 31, 2019, 5:38 PM IST

thumbnail
এন আৰ চি প্ৰকাশৰ সময়তে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি বিধায়ক শিলাদিত্য দেৱে ৷ বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ তথ্য উপস্থাপন কৰি সমগ্ৰ এনআৰচি প্ৰক্ৰিয়াটোৱে এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.