মিত্ৰজোঁট তথা বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ ভোটাধিকাৰ সাব্যস্ত

By

Published : Apr 6, 2021, 2:21 PM IST

Updated : Apr 6, 2021, 2:34 PM IST

thumbnail
অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে মুঠ 12 খন জিলাৰ 40 টা সমষ্টিত ৷ 44 নং জনীয়া বিধানসভা সমষ্টিত মুঠ 79,19,641 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ সমষ্টিটোত পূৱা 6 বজাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া ভোটাৰৰ শাৰী লগতে ভোটাৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ৷ মিত্ৰজোঁটৰ তথা বিজেপিৰ প্ৰাৰ্থী শ্বহিদুল ইছলামে ভোটাধিকাৰ সাব্যস্ত কৰি অসমৰ জনগণে উন্নয়নৰ স্বাৰ্থত ভোট দান কৰিব আৰু ইছলামে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলো স্তৰৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।
Last Updated : Apr 6, 2021, 2:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.