কলাক্ষেত্ৰত প্ৰাণ পাব গণশিল্পী খগেন মহন্তৰ সমাধিক্ষেত্ৰই - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
🎬 Watch Now: Feature Video

"মা আমি শদিয়ালৈ যামেই
মা আমি শতফুল খামেই ..."
গণশিল্পী খগেন মহন্তৰ জনপ্ৰিয় এই গীতটোৰ কলিৰেই গঢ়ি তোলা হৈছে প্ৰয়াত শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ।