বিজ্ঞান শাখাত তৃতীয় স্থান দখল নগাঁৱৰ হৃদী প্ৰিয়ম হাজৰিকাৰ - hridi priyam Hazarika
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3378090-thumbnail-3x2-bvdjbgfd1.jpg)
নগাঁও,25 মে': বিজ্ঞান শাখাত তৃতীয় স্থান দখল কৰি নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী হৃদী প্ৰিয়ম হাজৰিকাই নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ 476 নম্বৰেৰে বিজ্ঞান শাখাত তৃতীয় স্থান দখল কৰিছে হৃদী প্ৰিয়ম হাজৰিকাই ৷ নগাঁৱৰ পৰা হৃদী প্ৰিয়মৰ স'তে আমাৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন..