নিৰ্মলা সীতাৰমণৰ আৰ্থিক পেকেজক লৈ কি কয় ডঃ নিহাৰ ৰঞ্জন কলিতাই ! - আত্মনিৰ্ভৰ ভাৰত
🎬 Watch Now: Feature Video
আজি দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক অৰ্থনৈতিক পেকেজৰ চতুৰ্থ পৰ্যায়ৰ আঁচনিৰ কথা ঘোষণা কৰিলে । এই ঘোষণাক লৈ অসমৰ বিদ্বৎ সমাজতো বিশেষ চৰ্চা চলিছে । এই আপদ কালীন পেকেজে চুব পাৰিবনে আমাৰ অসমৰ গ্ৰাম্য সমাজক ? এই সন্দৰ্ভত এক বিশ্লেষণ আগবঢ়াইছে বিশিষ্ট অৰ্থনৈতিক বিশ্লেষক ডঃ নিহাৰ ৰঞ্জন কলিতাই । ডঃ কলিতা এগৰাকী আগশাৰীৰ নিৱন্ধকাৰ তথা শুৱালকুছি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ।